দৃশ্যমান-কাম-অদৃশ্য-নাৰী-এক-অনলাইন-আলোকচিত্ৰ-প্ৰদৰ্শনী

Mumbai, Maharashtra

Feb 20, 2022

দৃশ্যমান কাম, অদৃশ্য নাৰী: এক অনলাইন আলোকচিত্ৰ প্ৰদৰ্শনী

দৃশ্যমান কাম, অদৃশ্য নাৰী সম্ভৱতঃ এনেধৰণৰ প্ৰথম, সম্পূৰ্ণৰূপে ডিজিটাইজড আৰু কিউৰেটেড অনলাইন আলোকচিত্ৰ প্ৰদৰ্শনী, যিটো কায়িক প্ৰদৰ্শনীৰ উপৰিও সৃষ্টিশীলতাৰে অনলাইনত উপলব্ধ কৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷