kangpokpi-farmers-waiting-to-be-rehabilitated-as

Kangpokpi, Manipur

Mar 07, 2024

কাংপোকপীত পুনৰ্সংস্থাপনৰ আশাত বন্দী খেতিয়ক

মণিপুৰৰ এইখন জিলাৰ খেতিয়কৰ আফিঙৰ শস্য চৰকাৰৰ ড্ৰাগছ উৎখাত অভিযানৰ ফলত এতিয়া শূন্য হৈ পৰিছে আৰু তেওঁলোকক বিকল্প জীৱিকা কিম্বা যথোচিত ক্ষতিপূৰণ চৰকাৰে দিয়াত ব্যৰ্থ হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Makepeace Sitlhou

মেকপিচ চিতলৌ মানৱ অধিকাৰ, সামাজিক সমস্যা, প্ৰশাসন আৰু ৰাজনীতিৰ ওপৰত ৰিপ’ৰ্টিং কৰা এগৰাকী স্বতন্ত্ৰ সাংবাদিক।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।