শুকান-মাছ-জুৰুলা-জীৱন

Cuddalore, Tamil Nadu

Mar 10, 2023

শুকান মাছ, জুৰুলা জীৱন

উদ্যমী বিশালাচ্চিয়ে কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰত শুকান মাছৰ ব্যৱসায়ৰ কৌশল আয়ত্ব কৰিছে, পূৰ্বে তেওঁ তাত দুটা দশক সেই কাম কৰি আহিছিল। কিন্তু ২০২০ত ৰিং চেইন পদ্ধতিৰে মৎস্যচিকাৰ চৰকাৰে নিষিদ্ধ কৰাত তেওঁৰ ব্যৱসায় সংকুচিত হৈ পৰে আৰু তেওঁ ধাৰত পোত যায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Text

Nitya Rao

নিত্যা ৰাও গ্ৰেট বৃটেইনৰ নৰৱিচৰ ইউনিভাৰ্চিটি অৱ ইষ্ট এংলিয়াৰ লিংগ আৰু বিকাশ বিভাগৰ এগৰাকী প্ৰাধ্যাপিকা। মহিলাৰ অধিকাৰ, নিয়োগ আৰু শিক্ষাৰ ক্ষেত্ৰখনত এগৰাকী গৱেষক, শিক্ষক আৰু অধিবক্তা হিচাপে প্ৰায় তিনিটা দশক তেওঁ কাম কৰিছে।

Photographs

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Editor

Urvashi Sarkar

উৰ্বশী চৰকাৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৬ বৰ্ষৰ পৰি সদস্য।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।