মলকানগিৰিত-মৃত্যুঞ্জয়ৰ-জন্মবৃত্তান্ত

Malkangiri, Odisha

Jun 06, 2021

মলকানগিৰিত মৃত্যুঞ্জয়ৰ জন্মবৃত্তান্ত

ঘন অৰণ্য, ওখ পাহাৰে ঘেৰি থকা আৰু সশস্ত্ৰ সংগ্ৰামীৰ সংঘৰ্ষৰে জৰ্জৰিত ওড়়িশাৰ মলকানগিৰিৰ কৃত্ৰিম জলাশয় এটাৰ দাঁতিৰ নিগাজি আদিবাসী চুবুৰীবোৰত বেমাৰ-আজাৰৰ ক্ষেত্ৰত স্বাস্থ্যকেন্দ্ৰলৈ যাবলৈ হ’লে অনিয়মীয়া ফেৰীসেৱা আৰু দুৰ্গম বাটেই একমাত্ৰ উপায়

Series Editor

Sharmila Joshi

Illustration

Labani Jangi

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jayanti Buruda

ওড়িশাৰ মলকানগিৰিৰ ছেৰপাল্লি গাঁৱৰ বাসিন্দা জয়ন্তী বুৰুডা কলিংগ টিভিৰ এগৰাকী পূৰ্ণকালীন জিলা প্ৰতিবেদক। তেওঁ ঘাইকৈ গ্ৰামাঞ্চল, তাৰে জীৱিকা, সংস্কৃতি আৰু স্বাস্থ্যবিষয়ক শিক্ষাৰ ওপৰত প্ৰতিবেদন লিখে।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Series Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।