মণিৰামৰ-দুলি-থকা-বাঁহী-আৰু-সোঁৱৰণিত-এখন-হাবি

Narayanpur, Chhattisgarh

Jun 20, 2022

মণিৰামৰ দুলি থকা বাঁহী আৰু সোঁৱৰণিত এখন হাবি

ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ গণ্ড আদিবাসী সম্প্ৰদায়ৰ বাঁহী নিৰ্মাণ কৰা শিল্পী মণিৰাম মান্দাৱীয়ে সেই দিনবোৰ সুঁৱৰিছে যেতিয়া হাবিখন জীৱ-জন্তু, গছ-গছনিৰে ভৰি আছিল, লগতে তেওঁ বনোৱা বিশেষ ধৰণৰ 'দুলি থকা বাঁহী'ৰ বাবে তাত বাঁহৰো অভাৱ নাছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Devanga Pallav Saikia

ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী দেৱাংগ পল্লৱ শইকীয়া সৃষ্টিশীল লেখাৰ প্ৰতি অতিকৈ আগ্ৰহী। তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে চুটিগল্প আৰু প্ৰৱন্ধ লিখে। এতিয়ালৈ তেওঁ দুখনকৈ চুটিগল্পৰ সংকলন প্ৰকাশ কৰিছে।