ভয়-ভৰসা-আৰু-আৱৰ্জনাৰ-মাজত-জাবৰ-বোটলা-জীৱিকা

Srinagar, Jammu and Kashmir

Oct 28, 2021

ভয়-ভৰসা আৰু আৱৰ্জনাৰ মাজত জাবৰ বোটলা জীৱিকা

৫০০ টন জাবৰ গোট খোৱা শ্ৰীনগৰত ক’ভিডৰ ভয় আৰু আন সকলো বাধা-বিঘিনি নেওচি জাবৰ বোটলা বেচৰকাৰী এদল মানুহে পৌৰনিগমৰ কৰ্মীয়ে কৰাৰ অতিৰিক্তভাৱে বুজন পৰিমাণৰ জাবৰ চাফা কৰি আহিছে

Translator

Lonli Gogoi

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Muzamil Bhat

মুজামিল ভাট শ্ৰীনগৰৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰি চলচ্চিত্ৰ নিৰ্মাতা, ২০২২ৰ তেওঁ পাৰি ফেল’ আছিল।

Translator

Lonli Gogoi

ল’নলী গগৈ এগৰাকী মুক্ত অনুবাদক আৰু সমল লেখক। তেওঁ ইউনিভাৰ্চিটি অৱ ৱেলচৰ পৰা তথ্য ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁৰ যোগাযোগৰ ইমেইল আইডিঃ lonli.gogoi@gmail.com