বুলডজাৰৰ-তীক্ষ্ণ-ব্লেডৰ-ফাঁকেৰে-ফুল-আৰু-আশাৰ-বীজ

Ahmedabad, Gujarat

May 06, 2022

বুলড’জাৰৰ তীক্ষ্ণ ব্লেডৰ ফাঁকেৰে ফুল আৰু আশাৰ বীজ

চকুৰ আগতে জীৱনটো যেন চুৰমাৰ হৈ গ’ল। বুলড’জাৰ এনেকৈ চলিল, যেন দুদিন আগৰ হিংসা যথেষ্ট নাছিল। কিন্তু তাই জানে, সেই দৈত্যকায় মেচিনে ভাঙি-চিঙি থৈ যোৱা মাটিতে আশাৰ বনৰীয়া ফুল গজিব, তাকে লৈ এই কবিতা

Poem and Text

Pratishtha Pandya

Illustration

Labani Jangi

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।