তামিলনাডুতঃ-কভিডকালত-যক্ষ্মা-বশৰ-যুঁজ

Viluppuram, Tamil Nadu

May 13, 2021

তামিলনাডুতঃ ক’ভিডকালত যক্ষ্মা বশৰ যুঁজ

যক্ষ্মাৰ বিৰুদ্ধে যুঁজ - ভাৰতত দশকৰ পিছত দশক ধৰি এই কালান্তক সোঁচৰা ৰোগবিধে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে, সম্প্ৰতি ক’ভিড বিশ্ব মহামাৰীৰ পৰিস্থিতিত এই যুঁজখন আগতকৈ কিমান বেছি দুঃসাধ্য হৈ পৰিছে, তামিলনাডুৰ তিনিগৰাকী ‘যক্ষ্মাযোদ্ধা’ মহিলাৰ জীৱন কাহিনীয়ে তাকেই কয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Illustrations

Priyanka Borar

প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।