ডিগ্ৰী-ঘৰত-কাম-মনৰেগাৰ-ছাইটত

Bidar, Karnataka

May 09, 2023

ডিগ্ৰী ঘৰত, কাম মনৰেগাৰ ছাইটত

বেংকৰ ঋণ লৈ কষ্টোপাৰ্জিত বিটেক, বিএড, এমবিএ, এলএলবি আদি ডিগ্ৰী আহৰণ কৰা দলিত আৰু আদিবাসী যুৱকে লকডাউনত কৰ্মহীন হৈ পৰি এতিয়া উত্তৰ-পূব কৰ্ণাটকৰ বিদৰ জিলাত এমজিএনৰেগাৰ কাম কৰি ভাত মোকলাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Tamanna Naseer

তমন্না নাছীৰ বেংগালুৰুৰ এগৰাকী মুক্ত সাংবাদিক।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।