আঠটা-দশকে-মাটিৰ-চাকি-বনাই-অহা-পৰদেশম

Visakhapatnam, Andhra Pradesh

Oct 24, 2022

আঠটা দশকে মাটিৰ চাকি বনাই অহা পৰদেশম

দেৱালীৰ সময়ত হাজাৰ হাজাৰ লোকৰ ঘৰ হাতেসজা চাকিৰে উজলোৱা বিশাখাপট্টনমৰ কুম্মাৰিবিধিৰ ৯২ বছৰ বয়সীয়া পৰদেশমেই মাটিৰ চাকি বনোৱা শেষজন কুমাৰ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Amrutha Kosuru

অম্ৰুতা কছুৰু ২০২২ৰ এগৰাকী পাৰি ফেল’। তেওঁ এছিয়ান কলেজ অৱ জাৰ্নেলিজিমৰ স্নাতক, ঘৰ বিশাখাপট্টনমত।