অপৰাধ-নাই-কিন্তু-অন্তহীন-নিৰ্যাতন

Pune, Maharashtra

Jan 10, 2019

অপৰাধ নাই, কিন্তু অন্তহীন নিৰ্যাতন

বৃটিছে 'অপৰাধী জনজাতি’ ৰূপে জাপি দিয়া কলংকৰ বোজা প্ৰাধি জনজাতিয়ে আজিও বহন কৰিবলগা হৈছে। নিজৰ সগোত্ৰীয় সকলক সিক্ষিত কৰা, নিপীড়নৰ বিৰুদ্ধে গৰজি উঠিবলৈ আৰু সাংস্কৃতিক পক্ষপাতিত্ব নোহোৱা কৰিবলৈ আম্বলে গাঁৱৰ সুনীতা ভোসলেই কাম কৰি আহিছে।

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।