মাটিৰ-আকাশলংঘী-দৰ-পথাৰত-সোণগুটি-কম

Guntur, Andhra Pradesh

May 15, 2019

মাটিৰ আকাশলংঘী দৰ, পথাৰত সোণগুটি কম

অমৰাৱতীৰ নিৰ্মাণ চলি থকা অন্ধ্ৰপ্ৰদেশৰ গাঁওবোৰত নিৰ্মাণ খণ্ডৰ কোম্পানীৰ তড়িৎ গতিৰ উদগতিৰ ফলত একাংশ খেতিয়কে মোটা লভ্যাংশ পাইছে, আনফালে ক্ষুদ্ৰ খেতিয়কৰ জীৱনলৈ দুৰ্দিন নামি আহিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Rahul Maganti

ৰাহুল মগন্তি অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়াৰ এজন মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।