মই-ঘোঁৰামাৰা-এৰিব-লাগিব-কিন্তু-কিয়-এৰি-যাওঁ

South 24 Parganas, West Bengal

Nov 25, 2021

‘মই ঘোঁৰামাৰা এৰিব লাগিব, কিন্তু কিয় এৰি যাওঁ?’

সুন্দৰবনৰ ঘোঁৰামাৰা দ্বীপৰ বাসিন্দাৰ মনৰ পৰা য়াছ ঘূৰ্ণীবতাহৰ ধ্বংসলীলাৰ ছবিখন এতিয়াও মচ খোৱা নাই। বহুতেই তাতেই আকৌ জীৱন-জীৱিকাৰ ভাৰসাম্য ঘূৰাই অনাৰ চেষ্টা কৰিছে যদিও কিছুমানে সেই ঠাই এৰি যাবলগীয়া হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Abhijit Chakraborty

কলকাতাৰ ফটোসাংবাদিক অভিজিত চক্ৰৱৰ্তী 'সুধো সুন্দৰবন চৰ্চা' শীৰ্ষক বাঙালী ভাষাৰ সুন্দৰবনকেন্দ্ৰীক ত্ৰৈমাসিক আলোচনীখনৰ সৈতে জৰিত।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।