বাংগালামেডুৰ-ইৰুলাসকলৰ-বাবে-বেংকিং-মানে-হাৰাশাস্তি

Thiruvallur, Tamil Nadu

Jun 26, 2021

বাংগালামেডুৰ ইৰুলাসকলৰ বাবে বেংকিং মানে হাৰাশাস্তি

প্ৰযুক্তি আৰু শূন্য জমাৰ খাতাই দৰিদ্ৰজনৰ কাৰণে বেংকিং উজু কৰি তুলিব বুলি ভবা হৈছিল ঠিকেই, কিন্তু বাংগালামেডুৰ ইৰুলাৰসকলৰ ক্ষেত্ৰত বেংকিং এক পাকলগা আৰু বিভ্ৰান্তিকৰ বিষয় হৈ পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Smitha Tumuluru

স্মিতা টুমুলুৰু বাংগালুৰুৰ এগৰাকী ডকুমেণ্টৰী ফটোগ্ৰাফাৰ। তামিলনাডুৰ উন্নয়ন প্ৰকল্পক লৈ কৰা তেওঁৰ পূৰ্বৰ কামে গ্ৰাম্য জীৱন বিষয়ক সাংবাদিকতাত তেঁও কিমান সংবেদনশীল সেয়া স্পষ্ট কৰি তোলে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।