ইতিহাসৰ-পাদটীকা-হব-নোখোজে-পাঞ্জাৱৰ-মহিলাই

Patiala, Punjab

Mar 04, 2022

ইতিহাসৰ পাদটীকা হ’ব নোখোজে পাঞ্জাৱৰ মহিলাই

কৃষক আন্দোলনত সন্মুখ শাৰীত পুৰুষৰ সমানে সমানে থিয় দি বিজয়ৰ সোৱাদ লোৱা পাঞ্জাৱৰ মহিলাসকলক এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা একাষৰীয়া কৰি দূৰলৈ ঠেলি পঠিওৱা হৈছে বুলি তেওঁলোকে অনুভৱ কৰিছে, শেহতীয়া বিধানসভা নিৰ্বাচনেও তাকেই কৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amir Malik

আমীৰ মালিক এগৰাকী মুক্ত সাংবাদিক আৰু ২০২২ৰ এগৰাকী পাৰি ফেলো।

Translator

Devanga Pallav Saikia

ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী দেৱাংগ পল্লৱ শইকীয়া সৃষ্টিশীল লেখাৰ প্ৰতি অতিকৈ আগ্ৰহী। তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে চুটিগল্প আৰু প্ৰৱন্ধ লিখে। এতিয়ালৈ তেওঁ দুখনকৈ চুটিগল্পৰ সংকলন প্ৰকাশ কৰিছে।