আমাক-লথিয়াই-গতিয়াই-খেদিব-সমাজে-চাই-ৰব

Beed, Maharashtra

Dec 28, 2021

'আমাক লথিয়াই-গতিয়াই খেদিব, সমাজে চাই ৰ’ব'

বীড় জিলাৰ এটা পাৰ্ধি পৰিয়ালে হত্যা-আক্ৰমণ-ধৰ্ষণৰ দৰে বৰ্বৰতাৰ সন্মুখীন হৈ অৱশেষত প্ৰাণৰ সংশয়ত নিজৰ ঘৰ এৰি পলাই যাবলৈ বাধ্য হৈছিল। উচ্ছেদৰ শংকা বুকুত লৈ সমাজৰ চকুত হেয় হৈ জীয়াই থকা সম্প্ৰদাটোয়ে অতিমাৰীৰ পিছৰ সময়ছোৱাত বাচি থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিলগীয়া হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Rimjhim Borthakur

ৰিমঝিম বৰঠাকুৰ এগৰাকী মুক্ত লিখক, ব্লগাৰ আৰু অনুবাদক। তেওঁ ইমেইল আইডিঃ [email protected]