migrantsdont-lose-that-number-as

Banswara, Rajasthan

Aug 11, 2024

আৰ্থিক দৈন্য, প্ৰাপ্য মজুৰিৰ যুঁজত প্ৰব্ৰজিত শ্ৰমিক

ৰাজস্থানৰ কুশলগড় আৰ্থিক দৈন্যৰ বাবে প্ৰব্ৰজন কৰা শ্ৰমিকৰ ঘাটি। নিম্ন সাক্ষৰতাৰ হাৰ, দাৰিদ্ৰ্য আৰু নিয়োগৰ উপায়ন্তৰহীনতাই পৰিয়ালবোৰক কামৰ সন্ধানত চুবুৰীয়া ৰাজ্যলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰাইছে। মজুৰি দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে অন্যায় কৰা হয়, কিন্তু শ্ৰমিক হেল্পলাইনে তেওঁলোকক আশাৰ বাট দেখুৱাইছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।