প্ৰতিটো-ভাৰতীয়-ভাষাই-আপোনাৰ-ভাষা

Mumbai, Maharashtra

Sep 30, 2021

প্ৰতিটো ভাৰতীয় ভাষাই আপোনাৰ ভাষা

আজি ৩০ ছেপ্টেম্বৰ, বিশ্ব অনুবাদ দিৱস। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াই ১৩ টা ভাষাত লেখাবোৰ প্ৰকাশ কৰে, আন কোনো সাংবাদিকতাৰ ৱেবছাইটত ইমানকেইটা ভাষাত লেখা প্ৰকাশিত নহয়

Translator

Pankaj Das

Illustrations

Labani Jangi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Illustrations

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।