the-humble-heroism-of-bhabani-mahato-passes-as

Aug 30, 2024

মুক্তিযুঁজাৰু ভৱানী মাহাতোৰ দেহাৱসান

আমাৰ স্বাধীনতা সংগ্ৰামৰ খতিয়ান ল’বলৈ হ’লে পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ মুক্তিযুঁজাৰু ভৱানী মাহাতোৰ নাম অহাটো অনিবাৰ্য্য। এইগৰাকী মুক্তিযুঁজাৰুৱে ২০২৪ৰ ৩০ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।