they-bjp-do-not-have-the-right-as

Ludhiana, Punjab

May 25, 2024

‘ভোট বিচাৰি যোৱাৰ অধিকাৰ নাই...’

এইবাৰৰ লোকসভা নিৰ্বাচনত সমগ্ৰ পঞ্জাৱতে সাধাৰণ জনতা বিজেপিৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা দেখা গৈছে। যোৱা ১০ বছৰত মোদী চৰকাৰে কৃষক আৰু শ্ৰমিক বিৰোধী একাধিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্যখনৰ কৃষক-শ্ৰমিকসকলে বিজেপিয়ে পঞ্জাৱত ভোট বিচাৰি যোৱাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰা দেখা গৈছে। এই মন্তব্যক সাৰোগত কৰিয়েই দিনদিয়েক পূৰ্বে লুধিয়ানাত অনুষ্ঠিত হৈ যায় কিষাণ-মজদুৰ মহাপঞ্চায়ত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Arshdeep Arshi

চণ্ডীগড় নিবাসী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক অৰ্ছদীপ অৰ্ছি নিউজ 18 পাঞ্জাৱ আৰু হিন্দুস্তান টাইমছৰ সৈতে জড়িত আছিল। পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী সাহিত্যত এম ফিল ডিগ্ৰী লাভ কৰিছে।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।