dummy-if-we-are-not-safe-in-our-own-state-where-will-we-be-as

Patiala District, Punjab

Feb 20, 2024

'নিজ ৰাজ্যতেই যদি আমি নিৰাপদ নহয়, তেন্তে ক’ত হ’ম?'

পাঞ্জাৱত থকা সত্বেও হাৰিয়ানা আৰক্ষীৰ আক্ৰমণৰ সন্মুখীন হোৱাক লৈ কৃষকসকলে প্ৰশ্ন উত্থাপন কৰিছে। কেইবাজনো প্ৰতিবাদকাৰী কৃষক গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাওঁ চকুত আঘাত পোৱা দেবিন্দৰ সিঙে উক্ত চকুটোৰ দৃষ্টিশক্তি হেৰুৱাই পেলোৱাৰো উপক্ৰম ঘটিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Arshdeep Arshi

চণ্ডীগড় নিবাসী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক অৰ্ছদীপ অৰ্ছি নিউজ 18 পাঞ্জাৱ আৰু হিন্দুস্তান টাইমছৰ সৈতে জড়িত আছিল। পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী সাহিত্যত এম ফিল ডিগ্ৰী লাভ কৰিছে।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।