cheetahs-and-chow-mein-as

Sheopur, Madhya Pradesh

Aug 11, 2023

চিতাবাঘ আৰু চাওমিন

কুন’ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ চহৰিয়া আদিবাসী ল’ৰা-ছোৱালীয়ে নিজৰ ভাগৰ চাইনীজ নুডলচখিনিৰ কাৰণে অপেক্ষা কৰিছে, সেই নুডলচ্ গাওঁখনলৈ সপ্তাহত কেইবাৰমানহে আহে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Editor

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।