চৰকাৰী-হস্পিতালত-আমাৰ-বিশ্বাস-নাই

Chatra, Jharkhand

Jul 30, 2021

‘চৰকাৰী হস্পিতালত আমাৰ বিশ্বাস নাই’

ঝাৰখণ্ডৰ আচাৰহিয়া গাঁৱৰ কাপোৰ বিক্ৰেতা অজয় কুমাৰ শ্বয়ে ব্যক্তিগত ক্লিনিক এখনত ক’ভিড কেয়াৰৰ নামত ১.৫ টকা খৰছ কৰি এতিয়া ধাৰত ডুবিছে। একেখন গাঁৱৰে নিবাসী ভিডিঅ’ এডিটৰ এজনৰ সহ-সম্পাদনাত তাৰেই প্ৰতিবেদন দাঙি ধৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Subuhi Jiwani

সুবুহী জিৱানী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ সম্পাদক।

Author

Haiyul Rahman Ansari

ঝাৰখণ্ডৰ সতাৰা জিলাৰ আচাৰহিয়া গাঁৱৰ হায়ুল ৰহমান আনচাৰীয়ে মুম্বাইত এটা দশক ভিডিঅ’ সম্পাদনাৰ কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।