আদিবাসী-আৰু-চন্দ্ৰপুৰুষজন

Narmada, Gujarat

May 13, 2022

আদিবাসী আৰু ‘চন্দ্ৰপুৰুষ’জন

গুজৰাটৰ নৰ্মদা জিলাৰ এজন আদিবাসী কবিয়ে তেওঁৰ পাঁচটা কবিতাৰ এই শৃংখলৰ জৰিয়তে জনজাতীয় সম্প্ৰদায়ৰ জীৱনৰ অভিজ্ঞতা আৰু ধ্যান-ধাৰণাৰ কথা কোৱাৰ চেষ্টা কৰিছে। শৃংখলৰ এয়া দ্বিতীয়টো কবিতা

Poem and Text

Jitendra Vasava

Illustration

Labani Jangi

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Jitendra Vasava

জীতেন্দ্ৰ বাচাৱা গুজৰাটৰ নৰ্মদা জিলাৰ মহুপাৰা গাঁৱৰ এগৰাকী কবি, তেওঁ দেহৱালি ভিল ভাষাত লিখে। তেওঁ আদিবাসী সাহিত্য একাডেমি (২০১৪)ৰ প্ৰতিস্থাপন সম্পাদক আৰু জনজাতীয় কণ্ঠৰ নামত উৎসৰ্গিত লখাৰা নামে কবিতাৰ আলোচনীখনৰ সম্পাদক। তেওঁ আদিবাসী মৌখিক সাহিত্যৰ চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰিছে। নৰ্মদা জিলাৰ ভিল সম্প্ৰদায়ৰ মৌখিক লোককথাৰ সাংস্কৃতিক আৰু ৰপকথাগত দিশৰ ওপৰত গৱেষণা কৰি আছে। পাৰিত প্ৰকাশিত তেওঁৰ কবিতাকেইটা তেওঁৰ আহিব ধৰা প্ৰথমখন কবিতাৰ সংকলনৰ পৰা তুলি অনা হৈছে।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।