people-question-our-identity-all-the-time-as

Sonipat, Haryana

Apr 08, 2024

‘মানুহে সততে আমাৰ পৰিচয়ক লৈ প্ৰশ্ন কৰে’

হাৰিয়ানাৰ এই গাঁওখনলৈ অসমৰ পৰা বহুলোকে জাবৰ বুটলিবলৈ প্ৰৱজন কৰিছে – যিটো তেওঁলোকে পাব পৰা একমাত্ৰ কাম। যদিও দীঘলীয়া সময়, সামাজিক আৰু সাংস্কৃতিকভাৱে নিন্দিত, জীৱিকা আৰু জীৱন ধাৰণ দুয়োটাই কঠিন, তথাপি তেওঁলোকে কয় যে তাকে কৰি থকাৰ বাহিৰে একো গত্যন্তৰ নাই

Student Reporter

Harsh Choudhary

Editor

PARI Desk

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Harsh Choudhary

হৰ্ষ চৌধাৰী ছ’নিপটস্থিত অশোকা বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী। তেওঁ মধ্যপ্ৰদেশৰ কুকড়েশ্বৰত ডাঙৰ-দীঘল হৈছে।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]