for-children-of-migrants-school-is-out-as

Kolhapur, Maharashtra

Jun 01, 2023

প্ৰব্ৰজিত শিশুৰ বাবে দুঃসাধ্য স্কুলীয়া শিক্ষা

পঢ়াশালিলৈ যোৱা শ্ৰমিক পৰিয়ালৰ শিশুৱে মাক-দেউতাকে কামৰ সন্ধানত য’লৈকে যায়, তালৈকে যাবলগীয়া হয়, শিক্ষাত যতি পৰে, কেতিয়া চিৰদিনলৈ যতি পৰে

Author

Jyoti

Illustration

Priyanka Borar

Video Editor

Sinchita Parbat

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Editors

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।

Editors

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Illustration

Priyanka Borar

প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

Video Editor

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।