গণৰাজ্য-দিৱসত-গণতন্ত্ৰ-পুনৰোদ্ধাৰৰ-আখৰা

New Delhi, Delhi

Jan 26, 2022

গণৰাজ্য দিৱসত গণতন্ত্ৰ পুনৰোদ্ধাৰৰ আখৰা

২০২১ৰ গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰৰ পেৰেড আছিল দেশৰ সংবিধানখন আৰু নাগৰিকৰ অধিকাৰ অক্ষুণ্ণ ৰখাৰ এক শান্তিপূৰ্ণ প্ৰতিবাদ। কৃষি আইনকেইখন প্ৰত্যাহাৰৰ বাবে কৃষকৰ দীঘলীয়া সংগ্ৰামলৈ এই চিনেমাখনে গভীৰ শ্ৰদ্ধা যাঁচিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aditya Kapoor

আদিত্য কাপুৰ দিল্লীৰ এগৰাকী ভিজুৱেল প্ৰেক্টিশ্যনাৰ। সম্পাদকীয় আৰু তথ্যচিত্ৰৰ কামত তেওঁ অতিকৈ আগ্ৰহী। চলচিত্ৰ আৰু স্থিৰচিত্ৰৰ কাম কৰা চিনেমাট’গ্ৰাফাৰ কাপুৰে তথ্যচিত্ৰ আৰু বিজ্ঞাপনৰো কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।