কৰ্ম-আৰু-অৱসৰৰ-জঁটলগা-জাল-মহিলাৰ-জীৱন

Mar 09, 2023

কৰ্ম আৰু অৱসৰৰ জঁটলগা জাল: মহিলাৰ জীৱন

মাৰ্চৰ আঠ তাৰিখ হৈছে বিশ্ব মহিলা দিৱস। এই উপলক্ষে পাৰিয়ে মহিলা কৃষিশ্ৰমিক, ঘৰুৱা কৰ্মী আৰু আন জীৱিকাত নিয়োজিত মহিলাই কেনেকৈ নিজৰ আজৰি সময় কটায়, তাৰে এক প্ৰতিবেদন প্ৰস্তুত কৰিছে। মহাৰাষ্ট্ৰ, চত্তীশগড়, বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ পৰা এই প্ৰতিবেদন যুগুতোৱা হৈছে

Author

PARI Team

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Team

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।