farmers-in-the-capital-demands-unfulfilled-as

New Delhi, Delhi

Mar 29, 2024

দাবী পুৰণ হ’ব কেতিয়া? দিল্লীত সমবেত হাজাৰ হাজাৰ কৃষক

হাজাৰ হাজাৰ কৃষকে দিল্লীৰ ঐতিহাসিক ৰামলীলা মৈদানত সমবেত হৈছিল কিষাণ মজদুৰ মহাপঞ্চায়ত উপলক্ষে। ২০২৪ৰ ১৪ মাৰ্চৰ দিনা কৃষকৰ এই মিছিলে কৃষকৰ জীৱন সুৰক্ষিত হ’বপৰাকৈ কৃষি আয় সুস্থিৰ কৰি তোলাৰ বাবে আৰু সকলো কৃষক, বিশেষকৈ মহিলা কৃষকৰ বাবে সেয়া সমতাপূৰ্ণ কৰি তোলাৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে দাবী জনায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Author

Namita Waikar

নমিতা ৱায়কাৰ এগৰাকী লিখক, অনুবাদক আৰু পাৰিৰ ব্যৱস্থাপনা সম্পাদক। তেওঁ এটা ৰসায়ন বিজ্ঞান ডাটাবেছৰ অংশীদাৰ আৰু এগৰাকী জৈৱৰসায়নবিদ তথা চফটৱেৰ প্ৰকল্প প্ৰৱন্ধক হিচাপেও কাম কৰিছে।

Photographs

Ritayan Mukherjee

ঋতায়ন মুখাৰ্জী কলকাতাৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু পাৰিৰ জ্যেষ্ঠ ফেলো৷ তেওঁ ভাৰতৰ পশুপালক তথা যাযাবৰী সম্প্ৰদায়ৰ জীৱন কাহিনী নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্পৰ ওপৰত কাম কৰি আছে৷

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।