কৃষি-আমাৰ-ধৰ্ম-আমি-মানুহক-খুৱাই-ভালপাওঁ

Alwar, Rajasthan

Aug 03, 2021

‘কৃষি আমাৰ ধৰ্ম, আমি মানুহক খুৱাই ভালপাওঁ’

শ্বাহজাহানপুৰ প্ৰতিবাদস্থলীত লংগৰ চলোৱা পাঞ্জাৱৰ গুৰুদীপ সিং আৰু ৰাজস্থানৰ বিলাৱল সিঙে কয় যে এই চৰকাৰখন লঘোণীয়া প্ৰতিবাদকাৰীৰ সৈতে অভ্যস্ত, সেয়েহে সকলোৱে ভালকৈ খাব পোৱাটো তেওঁলোকে নিশ্চিত কৰি আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]