উত্তৰ-প্ৰদেশৰ-উপেক্ষিত-প্ৰসূতি-অৱহেলিত-স্বাস্থ্যব্যৱস্থা

Sitapur, Uttar Pradesh

Apr 01, 2022

উত্তৰ প্ৰদেশৰ উপেক্ষিত প্ৰসূতি, অৱহেলিত স্বাস্থ্যব্যৱস্থা

উত্তৰ প্ৰদেশৰ সীতাপুৰ আৰু বাৰাণসী জিলাৰ সন্তান সম্ভৱা মহিলাসকল ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ চিকাৰ, পৰ্য্যাপ্ত স্বাস্থ্যসেৱাৰ পৰাও তেওঁলোক বঞ্চিত। তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাদি অহা অতিমাৰীৰ ঢৌৱে তেওঁলোকক আৰু বেছি জুৰুলা কৰিছে

Translator

Quiline Kakoty

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Quiline Kakoty

কুইলিন কাকতি দিল্লীস্থিত এগৰাকী মুক্ত সাংবাদিক, লেখক, ব্লগাৰ তথা অনুবাদক। কুইলিনে বিগত ১৫ বছৰ ধৰি সাংবাদিকতা আৰু অনুবাদৰ সৈতে জড়িত হৈ আছে আৰু কেইবাখনো শীৰ্ষস্থানীয় বাতৰি কাকত, আলোচনী আৰু ৱেব পৰ্টেলত লিখা-মেলা কৰে।