fish-while-you-play-play-while-you-cook-as

Surendranagar, Gujarat

Jan 25, 2025

বৰশী বাই সাঁতুৰি-নাদুৰি সাত চেঙেলীয়াৰ বনভোজ

খাৰাঘোড়া গাঁৱৰ সাতজন চেঙেলীয়া ল’ৰাই বৰশি বাই মাছ ধৰিছে, দুপৰীয়াৰ আহাৰ ৰান্ধিছে, সিহঁতে কয়, স্কুলত হেনো একো মজা নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Solanki

সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উমেশ সোলাংকি আহমেদাবাদৰ এগৰাকী ফটোগ্ৰাফাৰ, তথ্যচিত্ৰ নিৰ্মাতা আৰু লিখক। তেওঁ যাযাবৰী জীৱন ভাল পায়। তেওঁ তিনিখনকৈ কবিতাপুথি, এখন কাব্য-উপন্যাস, এখন উপন্যাস আৰু এখন অকাল্পনিক সংগ্ৰহ লিখিছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।