গুজৰাটঃ-সুৰাপান-সকলোৱে-কৰে-মৰে-কেৱল-দুখীয়াহে

Botad, Gujarat

Jan 16, 2023

গুজৰাটঃ ‘সুৰাপান সকলোৱে কৰে, মৰে কেৱল দুখীয়াহে’

সমগ্ৰ ৰাজ্যত, বিশেষকৈ শেহতীয়াকৈ বটাড জিলাত বিষাক্ত সুৰাপানৰ ফলত হোৱা মৃত্যুয়ে ফলাফলশূন্য নিষেধাজ্ঞা নীতিৰ লগতে জনস্বাস্থ্যৰ জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অপৰ্যাপ্ত চৰকাৰী প্ৰস্তুতিৰ ছবিখন উদঙাই পেলাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷