the-last-handloom-weaver-of-gobindapur-as

North Tripura, Tripura

May 05, 2024

গোবিন্দপুৰৰ অন্তিমগৰাকী হস্ততাঁত শিপিনী

ডেকা কালত ৰূপচান্দ দেৱনাথে প্ৰথমে শাড়ী বৈছিল; আজিকালি তেওঁ চুটি আৰু সাধাৰণ গামোচা বয়। আন শিপিনীসকলে উপাৰ্জন কমি অহাত তথা চৰকাৰৰ পৰাও কোনো সহায়-সহযোগিতা লাভ নকৰাত এই ক্ষেত্ৰখনৰ পৰা আঁতৰি যাবলৈ লৈছে যদিও সত্তৰ উৰ্ধৰ এই ব্যক্তিগৰাকীয়ে এতিয়াও তাঁতশালখনকে সাৰথি কৰি ৰৈ গৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Photographs

Rajdeep Bhowmik

ৰাজদ্বীপ ভৌমিক আইআইএছইআৰ, পুণেৰ এগৰাকী গৱেষক ছাত্ৰ। তেওঁ ২০২৩ৰ পাৰি-এমএমএফ ফেল’।

Author

Rajdeep Bhowmik

ৰাজদ্বীপ ভৌমিক আইআইএছইআৰ, পুণেৰ এগৰাকী গৱেষক ছাত্ৰ। তেওঁ ২০২৩ৰ পাৰি-এমএমএফ ফেল’।

Author

Deep Roy

দীপ ৰয় ভিএমচিচি আৰু ছফদৰজং হস্পিতাল, নতুন দিল্লীৰ স্নাতকোত্তৰ আবাসিক ডাক্তৰ। তেওঁ ২০২৩ৰ এগৰাকী পাৰি-এমএমএফ ফেল’।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।