মোক-মাটিৰে-গঢ়ি-তোলা-মানুহজন-এহলিল-আন্না

Chennai, Tamil Nadu

Jul 25, 2022

মোক মাটিৰে গঢ়ি তোলা মানুহজন, এহলিল আন্না

এই ব্যক্তিগত নিবন্ধটোত ফটোগ্ৰাফাৰ পালানি কুমাৰে দেখুৱাইছে কেনেকৈ আ. এহলিলআৰচনে তামিলনাডুৰ অসংখ্য শিশুৰ জীৱন আলোকিত কৰিছে আৰু হাঁহিৰ সফুৰা বিলাই ফুৰিছে - তেঁৱেই ফটোগ্ৰাফাৰ পালানিৰ জীৱনক গতি দিছে আৰু অনুপ্ৰেৰণা যোগাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।