ডাক্তৰ-কি-নাৰ্ছ-ঘাৰাপুৰিত-পিল-এটাও-পাবলৈ-নাই

Raigarh, Maharashtra

Jun 27, 2022

ডাক্তৰ কি নাৰ্ছ, ঘাৰাপুৰিত পিল এটাও পাবলৈ নাই

এলিফেণ্টা গুহা চাবলৈ অহা লাখ লাখ পৰ্য্যটকে মুম্বাই মহানগৰৰ এইখন গাঁৱলৈ আহে ঠিকেই, কিন্তু এই গাঁৱৰ বাসিন্দাই স্বাস্থ্যসেৱাৰ সুবিধা নাপাই শাৰীৰিক আৰু আৰ্থিক দুয়োটা ক্ষেত্ৰতে কষ্ট ভূগিবলগীয়া হৈছে

Author

Aakanksha

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aakanksha

আকাংক্ষা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী প্ৰতিবেদক আৰু আলোকচিত্ৰশিল্পী। পাৰিৰ শিক্ষা গোটটোৰ সৈতে সমল সম্পাদক হিচাপে তেওঁ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক চৌপাশৰ বিষয়ে লিখিবলৈ প্ৰশিক্ষণ দিয়ে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।