বীড়ত-বাল্যবিবাহ-কুঁহিয়াৰ-চপোৱা-আৰু-চূৰমাৰ-আশা

Beed, Maharashtra

Aug 13, 2021

বীড়ত বাল্যবিবাহ: কুঁহিয়াৰ চপোৱা আৰু চূৰমাৰ আশা

মহাৰাষ্ট্ৰৰ বীড় জিলাৰ ৰেখাহঁতৰ দৰে কিশোৰীৰ জীৱনবোৰ বৈশ্বিক মহামাৰীয়ে অন্ধকাৰাচ্ছন্ন কৰি তুলিছে। স্কুলবোৰ বন্ধ হৈ থকা আৰু আন বহুতো কাৰণত দাৰিদ্ৰ্যই কোঙা কৰা পৰিয়ালবোৰে জীয়াৰীহঁতক অপৈণত বয়সতে বিয়াৰ বাবে জোৰ-জবৰদস্তি কৰা হৈছে

Translator

Pankaj Das

Illustrations

Labani Jangi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Illustrations

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।