in-classrooms-the-strength-of-a-good-story-as

Nov 16, 2023

সমাজৰ বাস্তৱ ছবিৰে শ্ৰেণীকোঠাত পাৰি

সাংবাদিকতাৰ উত্তম অনুশীলনে কেনেকৈ শিক্ষাৰ্থীৰ মনত সৰ্বসাধাৰণৰ প্ৰতি সহমৰ্মিতা আৰু জীৱনটোত প্ৰয়োজন হোৱা কেতবোৰ অতিশয় জৰুৰী কৌশল শিকাব পাৰে, তাকে লৈ পাৰিয়ে সদায় চিন্তা-চৰ্চা কৰি আহিছে। পাৰিয়ে যুৱ শিক্ষাৰ্থীসকলৰ সৈতে কিদৰে কাম কৰে, সেইবিষয়ে শিশু দিৱস উপলক্ষে এয়া এক প্ৰতিবেদন

Editor

PARI Desk

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vishaka George

বিশাখা জৰ্জে পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক হিচাপে কাম কৰিছিল; তেওঁ জীৱিকা তথা পৰিৱেশ সংক্ৰান্ত সমস্যাক লৈ প্ৰতিবেদন যুগুতাইছে। বিশাখাই ২০১৭ৰ পৰা ২০২৫লৈ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম-কাজ চলাইছিল আৰু পাৰিৰ প্ৰতিবেদনসমূহ শ্ৰেণীকোঠালৈ নি শিক্ষাৰ্থীক তেওঁলোকৰ আশে-পাশে থকা সমস্যাসমূহ নথিবদ্ধকৰণৰ বাবে পাৰি এডুকেচন গোটটোৰ লগতো কাম কৰিছিল।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।