the-sweet-music-of-jack-wood-as

Thanjavur, Tamil Nadu

Mar 01, 2024

কঁঠাল কাঠত সুৰৰ ঝংকাৰ

কঁঠালৰ গছ - ভাৰতৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে বীণা আদি বনোৱা এই গছেৰে তামিলনাডুখন ভৰি আছে। নিৰ্জীৱ কাঠক ঘঁহি-মাজি গান গাবপৰা কৰালৈ সি দীঘলীয়া এক প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া হয়, এই কামটো পানৰুটি আৰু তাঞ্জাভুৰৰ অতি পাকৈত হস্তশিল্পীয়েহে কৰিব পাৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aparna Karthikeyan

অপৰ্ণা কাৰ্তিকায়েন এগৰাকী সাংবাদিক, লিখক তথা পাৰিৰ জ্যেষ্ঠ ফেল’। তেওঁৰ ‘নাইন ৰুপীজ এন আৱাৰ’ কিতাপখনে তামিলনাডুৰ হেৰাই যাব ধৰা জীৱিকাৰ ছবি দাঙি ধৰিছে। তেওঁ পাঁচখনকৈ শিশুগ্ৰন্থ লিখি উলিয়াইছে। অপৰ্ণা তেওঁৰ পৰিয়াল আৰু কুকুৰবোৰৰ সৈতে চেন্নাইত থাকে।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।