the-many-masks-of-majuli-as

Majuli, Assam

Jun 20, 2023

মাজুলীৰ নিপুণ হাতত প্ৰাণ পাই উঠা মুখাবোৰ

গোস্বামী পৰিয়ালটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মুখাশিল্পৰ সৈতে জড়িত হৈ আহিছে। এই শিল্পই বিশ্বৰ বৃহৎ নদীদ্বীপটোৰ লগতে সমগ্ৰ অসমকে বিশ্বত উজলাই তুলি আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।