the-last-drops-of-castor-oil-in-jambhali-as

Kolhapur, Maharashtra

Jan 20, 2024

জাম্ভালিৰ শেষটোপাল এৰাগুটিৰ তেল

ক’লহাপুৰৰ শ শ বিঘা কুঁহিয়াৰ খেতিৰ সাগৰ যেন পথাৰৰ মাজত আছে নাৰায়ণ আৰু কুসুম গাইকোৱাডৰ এৰাগছৰ খেতিখন। ছটা দশক ধৰি তেওঁ এৰাগছৰ খেতি কৰি আহিছে, কোনো মেচিনৰ সহায় নোলোৱাকৈ এৰাগুটিৰ তেল নিষ্কাষণৰ এই প্ৰথা এতিয়া খেতিয়কে এৰিছে, খেতিও এৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।