songs-of-the-rann-archive-of-kutchi-folk-songs-as

Jul 20, 2023

ৰাণৰ সুৰ আৰু গীতবোৰ: কচ্ছী লোকসংগীতৰ ভঁৰাল

পাৰিয়ে কচ্ছ মহিলা বিকাশ সংগঠন চমুকৈ কে.এম.ভি.এছ.ৰ সহযোগত এই মাল্টিমিডিয়া আৰ্কাইভৰ যোগেদি কচ্ছৰ লোগসংগীত সংৰক্ষণৰ প্ৰয়াস কৰিছে। সংগ্ৰহত থকা ৩৪১ টা গীতে প্ৰেম-বিৰহ, বিয়োগ, বিবাহ, ভক্তি, মাতৃভূমি, লিংগ সচেতনতা, সাংবিধানিক অধিকাৰ আদি বিভিন্ন বিষয়ৰ লগতে বৈচিত্ৰৰে ভৰা কচ্ছ অঞ্চলৰ এক নিভাঁজ ছবি পাঠকৰ আগত তুলি ধৰে। ৩০৫ গৰাকী ঘাত-বাদ্যযন্ত্ৰী, গীতিকাৰ আৰু বাদ্যযন্ত্ৰীৰ অনানুষ্ঠানিক সংগ্ৰহৰ যোগেদি কচ্ছৰ বৰ্তমান মৰুভূমিৰ বালিত শুকাই যাবলৈ ধৰা এই মৌখিক গীতৰ এসময়ৰ জিৰজিৰ বোৱতী ধাৰাক পুনৰুজ্জীৱিত কৰি তোলাৰ যত্ন কৰা হৈছে। সময় বালিত হেৰাই যাবলৈ ধৰা এই লোকসংগীতক ধৰি ৰখাটো অতিশয় জৰুৰী।

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translator

PARI Translations, Assamese