between-the-city-lords-and-the-deep-blue-sea-as

Chennai, Tamil Nadu

Jun 18, 2024

নীল সমুদ্ৰৰ মাছমৰীয়া আৰু নগৰ এখনৰ যুঁজ

চেন্নাইৰ নচিক্কুপ্পমৰ মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলক সাগৰতীৰৰ পৰা সামান্য দূৰত ভিতৰুৱা বজাৰ এখনলৈ উঠি যাবলৈ জোৰ কৰা হৈছে, যি সাগৰতীৰত তেওঁলোকে পাৰম্পৰিকভাৱে ধৰি অহা মাছ বিক্ৰী কৰি আহিছিল। কিন্তু সম্প্ৰদায়টোৱে এই পদক্ষেপৰ বিৰোধিতা কৰিছে, কৰাৰ থল আছে, তাত তেওঁলোকৰ জীৱিকাৰ সুৰক্ষা আৰু পৰিচয়ৰ প্ৰশ্ন জড়িত হৈ আছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Divya Karnad

দিব্যা কাৰ্নাড এগৰাকী আন্তৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সামুদ্ৰিক ভূগোলবিজ্ঞানী। তেওঁ ইনছিজন ফিছ নামে প্ৰতিষ্ঠানৰো সহ-প্ৰতিস্থাপক। তেওঁ লিখি আৰু প্ৰতিবেদন যুগুতাই ভাল পায়।

Photographs

Manini Bansal

মানিনি বাঞ্চাল বেংগালুৰুৰ এগৰাকী ভিজুৱেল কমিউনিকেচন ডিজাইনাৰ আৰু ফটোগ্ৰাফাৰ। সংৰক্ষণ খণ্ডত কাম কৰি থকা বাঞ্চাল এগৰাকী ডকুমেণ্টেৰি ফটোগ্ৰাফাৰো।

Photographs

Abhishek Gerald

অভিষেক গেৰাল্ড চেন্নাইৰ এগৰাকী সামুদ্ৰিক জীৱবিজ্ঞানী। তেওঁ ফাউণ্ডেচন ৰিচাৰ্ছ এডভোকেচি এণ্ড লাৰ্নিঙৰ লগতে ইনচিজন ফিছৰ সৈতে সংৰক্ষণ আৰু বহনক্ষম সাগৰীয় খাদ্যৰ ওপৰত কাম কৰি আছে।

Photographs

Sriganesh Raman

শ্ৰীগণেশ ৰমন এগৰাকী মাৰ্কেটিং প্ৰফেছনেল। তেওঁ ফটোগ্ৰাফী ভাল পায়। তেওঁ এগৰাকী টেনিচ খেলুৱৈ আৰু বিভিন্ন বিষয়ত ব্লগ লিখে। তেওঁ ইনচিজন ফিছৰ সৈতে কাম কৰি পৰিৱেশৰ বিষয়ে ভালেখিনি শিকিবলৈ পাইছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।