মৰুভূমিৰ-জাহাজ-থমকিলঃ-কচ্চৰ-উট-এতিয়া-আইনী-মেৰপেঁচত

Amravati, Maharashtra

Jan 24, 2022

মৰুভূমিৰ জাহাজ থমকিলঃ কচ্চৰ উট এতিয়া আইনী মেৰপেঁচত

মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৭ জানুৱাৰীত পাঁচগৰাকী পৰম্পৰাগত অৰ্দ্ধ-অঘৰী পশুপালকক হায়দৰাবাদৰ কচাইখানালৈ উট সৰবৰাহ কৰাৰ সন্দেহত আটক কৰিছে, তাৰ লগতে ৫৮ টা উটো ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।