তামিলনাডুত-ৰাগি-ভালপোৱা-হাতীৰ-কাহিনী

Krishnagiri, Tamil Nadu

May 31, 2022

তামিলনাডুত ৰাগি ভালপোৱা হাতীৰ কাহিনী

হস্তী-মানৱ সংঘাতৰ অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক আৰু মনঃতাত্বিক প্ৰতিফল দেখা যায়। এই সংঘাতৰ পৰিণতিত তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ ঘাইকৈ কৃষকসকল, বিশেষকৈ ৰাগি খেতিয়কসকল ক্ষতিগ্ৰস্ত হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aparna Karthikeyan

অপৰ্ণা কাৰ্তিকায়েন এগৰাকী সাংবাদিক, লিখক তথা পাৰিৰ জ্যেষ্ঠ ফেল’। তেওঁৰ ‘নাইন ৰুপীজ এন আৱাৰ’ কিতাপখনে তামিলনাডুৰ হেৰাই যাব ধৰা জীৱিকাৰ ছবি দাঙি ধৰিছে। তেওঁ পাঁচখনকৈ শিশুগ্ৰন্থ লিখি উলিয়াইছে। অপৰ্ণা তেওঁৰ পৰিয়াল আৰু কুকুৰবোৰৰ সৈতে চেন্নাইত থাকে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।