এক-দেশ-এক-ৰেচন-কাৰ্ড-কিন্তু-ৰেচন-যে-নাই

West Delhi, National Capital Territory of Delhi

Apr 28, 2022

এক দেশ, এক ৰেচন কাৰ্ড, কিন্তু ৰেচন যে নাই

লকডাউনৰ কাৰণে বিহাৰৰ নিজ ঘৰলৈ উভতিবলৈ বাধ্য হোৱা ৰুকচানা খাতুনে অৱশেষত যেনিবা ২০২০ৰ নৱেম্বৰত ৰেচন কাৰ্ড পালে। কিন্তু এতিয়া দিল্লীলৈ আহি তেওঁ পুনৰাই নিজৰ প্ৰাপ্য ৰেচন নাপাই আতুৰত পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Editor

Kavitha Iyer

কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।