portrait-of-an-artist-in-majuli-as

Majuli, Assam

Oct 06, 2023

মাজুলীৰ প্ৰতিভাৱান এগৰাকী শিল্পী

ৰমেশ দত্ত একেধাৰে এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী আৰু মুখাশিল্পী, লগতে বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাতো তেওঁ সিদ্ধহস্ত। অসমৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা মাজুলী নদীদ্বীপত আয়োজিত বিভিন্ন তিথিয়ে-পৰ্বই তেওঁৰ এই প্ৰতিভাৰ চানেকি দেখা যায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Prakash Bhuyan

প্ৰকাশ ভূঞা অসমৰ এগৰাকী কবি আৰু আলোকচিত্ৰ শিল্পী। ভুঞাই অসমৰ মাজুলী নদীদ্বীপৰ শিল্প-কলাৰ ওপৰত প্ৰতিবেদন যুগুতোৱাৰ বাবে ২০২২-২৩ এম.এম.এফ.-পাৰি ফেল’ লাভ কৰিছে।

Editor

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।