on-the-wings-of-a-winter-bird-as

Kachchh, Gujarat

Nov 11, 2023

যিদৰে শীতৰ পখী ঠিকনা সলনি হয়

কচ্ছৰ এই জনপ্ৰিয় বিয়াগীতত কবিয়ে নাৰী এগৰাকীৰ জীৱনটোক প্ৰব্ৰজিত ডেম’জিল সাৰসৰ সৈতে তুলনা কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Illustration

Atharva Vankundre

অথৰ্ৱ বাংকুন্দ্ৰে মুম্বাইৰ এগৰাকী ষ্ট’ৰিটেলাৰ আৰু ইলাষ্ট্ৰেটৰ। তেওঁ ২০২৩ৰ জুলাইৰ পৰা আগষ্টলৈ পাৰিত ইনটাৰ্ন হিচাপে কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।