in-banswara-domestic-ties-that-bind-and-gag-as

Banswara, Rajasthan

Feb 26, 2024

বাঁচৱাৰাত বিয়াৰ নামত অমানুষিক অত্যাচাৰ আৰু কিশোৰী সৰবৰাহ

উনৈশ বৰ্ষীয় ভিল আদিবাসী সম্প্ৰদায়ৰ দীয়াক কুশলগঢ় টেহচিলত বন্দী কৰি কঠোৰ শ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈছিল, অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল আৰু শেষত মুখ খোলাৰ বাবে তাইক অভিযোগ মতে গণধৰ্ষণ কৰি শেষত এৰি দিয়া হৈছিল। এনে বিয়াবোৰ আচলতে কিশোৰী ছোৱালীৰ সৰবৰাহ আৰু চোৰাং বেহাৰ নামান্তৰ মাত্ৰ

Series Editor

Anubha Bhonsle

Illustration

Priyanka Borar

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Illustration

Priyanka Borar

প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

Series Editor

Anubha Bhonsle

অনুভা ভোসলে ২০১৫ৰ পাৰি ফেল’, এগৰাকী মুক্ত সাংবাদিক আৰু আই চি এফ জে নাইট ফেল’ধাৰী। মণিপুৰ আৰু সশস্ত্ৰ সুৰক্ষা বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰভাৱৰ ঐতিহাসিক পটভূমিৰ আলম লৈ ‘মাদাৰ, হুৱেৰ ইজ মাই কাণ্ট্ৰি’ শীৰ্ষক গ্ৰন্থখনৰ তেওঁ গ্ৰন্থকাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।