freedom-fighter-bhabani-mahato-votes-in-2024-as

Puruliya, West Bengal

May 20, 2024

মুক্তিযুঁজাৰু ভৱানী মাহাতোৱে ২০২৪ৰ নিৰ্বাচনত ভোট দিলে

সাহসী আৰু বিনয়ী স্বভাৱৰ ভৱানী মাহাতোৱে খেতিৰ কাম কৰাৰ লগতে নিজৰ পৰিয়াল আৰু আন বিপ্লৱীসকলক ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কেবাদশক ধৰি ৰান্ধি-বাঢ়ি খুৱাইছিল। এতিয়া ১০৬ বছৰ বয়সতো তেওঁ সেই যুঁজ অব্যাহত ৰাখিছে আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Partha Sarathi Mahato

পাৰ্থ সাৰথি মাহাতো পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ এগৰাকী শিক্ষক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।